Breaking News

আনন্দৰাম বৰুৱা বঁটাৰ বাবে ‘CUT OFF MARK’ নিৰ্ধাৰণ।



এতিয়াৰে পৰা প্ৰথম বিভাগত উত্তীৰ্ণ হ’লেই লাভ নকৰে আনন্দ ৰাম বৰুৱা বঁটা। ৰাজ্য চৰকাৰে  নিৰ্ধাৰণ কৰিলে কাট অফ মাৰ্ক। পূৰ্বৰ নিয়ম সলনি কৰি এইবাৰৰ পৰা ডিষ্টিংশ্যন-ষ্টাৰ নম্বৰ লাভ কৰাসকলেহে লাভ কৰিব আনন্দৰাম বৰুৱা বঁটা। পূৰ্বে প্রথম বিভাগত উত্তীৰ্ণ হ’লেই লাভ কৰিছিল এই বঁটা।  sebaonline.org ৱেৱচাইটত লাভ কৰিব সবিশেষ।

উল্লেখ্য যে যোগ্য প্রাৰ্থীসকলক ছেবাৰ ৱেবছাইটযোগে আবেদন কৰিব পাৰিব। 

No comments