Breaking News

আলফা স্বাধীনৰ লগত যোগসূত্ৰত আৰক্ষী জোৱান

 


ফাৰহান লচকৰ,শিৱসাগৰঃ আলফা স্বাধীনৰ লগত যোগসূত্ৰত আৰক্ষী জোৱান, চৰাইদেউৰ সোণাৰিত আটক আৰক্ষী জোৱান বসন্ত বুঢ়াগোহাঁই । শদিয়াৰ পৰা আটক কৰিলে অসম আৰক্ষীৰ ২৫ নং বেটেলিয়নত কৰ্মৰত জোৱানজনক।আৰক্ষীয়ে আটক কৰিলে আৰক্ষীক । আলফা স্বাধীনৰ লগত যোগসূত্ৰ ৰখাৰ সন্দেহত চৰাইদেউৰ সোণাৰি আৰক্ষীয়ে আটক কৰিলে আৰক্ষী জোৱানক । আটকাধীন আৰক্ষী জোৱানজনৰ নাম বসন্ত বুঢ়াগোহাঁই । শদিয়াৰ পৰা আটক কৰিলে অসম আৰক্ষীৰ ২৫ নং বেটেলিয়নত কৰ্মৰত লোকজনক । অধিক তথ্যৰ বাবে বসন্ত বুঢ়াগোহাঁইক সম্প্ৰতি সোধাপোছা অব্যাহত ৰাখিছে সোণাৰি আৰক্ষীয়ে ।

No comments