Breaking News

১৫ আগষ্টত সৰ্বাত্মক বন্ধ ঘোষণা আলফা স্বাধীনৰ

 


ডিজিটেল সংবাদঃ ১৫ আগষ্টত সৰ্বাত্মক বন্ধ ঘোষণা আলফা স্বাধীনৰ।স্বাধীনতা দিৱস বৰ্জনৰ আহ্বান জনাই নিষিদ্ধ ঘোষিত আলফা স্বাধীনে ১৫ আগষ্টত অসম বন্ধৰ ঘোষণা কৰিছে। সংগঠনটোৱে ১৪ আগষ্টৰ মাজ নিশাৰ পৰা ১৫ আগষ্টৰ সন্ধিয়া ৬ বজালৈ এই বন্ধ আহ্বান কৰিছে। আলফা(স্বা), এন এছ চি এন আৰু জি পি আৰ এনে এক যৌথ বিবৃতিত এই কথা ঘোষণা কৰিছে।অৱশ্যে, এই বন্ধৰ পৰা জৰুৰীকালীন সেৱা, সংবাদ মাধ্যম, ধৰ্মীয় অনুষ্ঠানসমূহক ৰেহাই দিয়া হৈছে।

যোৱা বছৰত আলফা(স্বা)য়ে স্বাধীনতা দিৱসত কোনো ধৰণৰ বন্ধ ঘোষণা কৰা নাছিল।

No comments