Breaking News

প্ৰধানমন্ত্ৰীক সাক্ষাৎ বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ



আজি  দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাৎ কৰে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ। প্ৰধানমন্ত্ৰীৰ সাক্ষাতৰ  পিছতে ৰাষ্ট্ৰপতি দ্ৰৌপদি মুৰ্মুক সাক্ষাৎ কৰিব মুখ্যমন্ত্ৰী বেনাৰ্জীয়ে।

সামগ্ৰী আৰু সেৱা কৰ, যিটো পশ্চিমবংগই দীৰ্ঘদিন ধৰি দাবী কৰি আহিছে, ইয়াৰ প্ৰাপ্য পৰিশোধ সম্পৰ্কে প্ৰধানমন্ত্ৰীগৰাকীৰ সৈতে  আলোচনাত মিলিত বংগৰ মুখ্যমন্ত্ৰীগৰাকী। 


No comments