Breaking News

এইবাৰ পৃথিৱীৰ পৰা বহু ওপৰৰ মহাকাশতো উৰিল ত্ৰিৰংগা।

 


সমগ্ৰ দেশে আজি পালন কৰিছে৭৬ সংখ্যক স্বাধীনতা দিৱস। এইবাৰ পৃথিৱীৰ পৰা বহু ওপৰৰ মহাকাশতো উৰিল ত্ৰিৰংগা। বেলুনৰ সহায়ত ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা পৃথিৱীৰ পৃষ্ঠৰ পৰা এক লাখ ছয় হাজাৰ ফুট উচ্চতালৈ প্ৰেৰণ কৰা হয় আৰু তাতেই ত্ৰিৰংগাখন  উৰুওৱা হয় ।আজাদী কা মহোৎসৱৰ অংশ হিচাপে পৃথিৱীৰ পৰা ৩০ কিলোমিটাৰ ওপৰেৰে পতাকা উৰোৱাৰ পৰিকল্পনা  কৰিছিল বেচৰকাৰী সংগঠন স্পেছ কিডছ ইণ্ডিয়াই । ভাৰতত শিশু বিজ্ঞান গৱেষণাৰ  এক বেচৰকাৰী সংগঠন স্পেছ কিডছ ইণ্ডিয়াই সোমবাৰে ৰাতি এই  কামটো সফলতাৰে সম্পন্ন কৰিবলৈ সক্ষম হয়।

No comments