Breaking News

কলিয়াবৰ শাখা সাহিত্য সভাৰ উদ্যোগত উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগনত "শিল্পপ্ৰাণ চন্দ্ৰফুকন দেৱৰ স্মৃতি দিৱস উদযাপন কৰা হয় ।

 


আজি ইং২৭ আগষ্ট  তাৰিখে কলিয়াবৰ শাখা সাহিত্য সভাৰ উদ্যোগত;কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থা,সদৌ অসম লেখিকা সমাৰোহ সমিতি :কলিয়াবৰ জিলাপৰিষদ ,আভা উপসমিতি কুঠৰীৰ সহযোগত আৰু কুঠৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ব্যৱস্থাপনাত কুঠৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগনত "শিল্পপ্ৰাণ চন্দ্ৰফুকন দেৱৰ স্মৃতি দিৱস উদযাপন কৰা হয় । দিৱসৰ কাৰ্যসূচী অনুযায়ী স্মৃতি তৰ্পন কৰে কলিয়াবৰ মহকুমাৰ মহকুমাধিপতি শ্ৰীযুত পৱিত্ৰ কুমাৰ দাস দেৱে ! মুকলি সভাত সভাপতিত্ব কৰে শাখা সাহিত্য সভাৰ সভাপতি শ্ৰীযুত হেমোধৰ হাজৰিকা দেৱে !বিশিষ্ট অতিথি হিচাবে সভাত উপস্থিত থাকে শ্ৰীযুত গুনীণ হাজৰিকা দেৱ আৰু শ্ৰীযুত মনি মাধৱ মহন্ত দেৱ ।মুখ্য অতিথি হিচাপে সভাত উপস্থিত থাকে অসম চৰকাৰৰ মাননীয় মন্ত্ৰী তথা বিধায়ক শ্ৰীযুত কেশৱ মহন্ত দেৱ

No comments