Breaking News

ৰাষ্ট্ৰীয় পৰ্যায়ৰ থাই বক্সিং প্ৰতিযোগিতাত উজলিল গোলাঘাটৰ বিকি ছেত্ৰী।



ৰাষ্ট্ৰীয় পৰ্যায়ৰ থাই বক্সিং প্ৰতিযোগিতাত উজলিল গোলাঘাটৰ বিকি ছেত্ৰী। পাঞ্জাৱত ২৬ আগষ্টৰ ২৮ আগষ্টলৈ তিনিদিনীয়াকৈ অনুষ্ঠিত ১৩ সংখ্যক ৰাষ্ট্ৰীয়  থাই বক্সিং প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয় বিকিয়ে। গোলাঘাট শেনচোৱাৰ নিবাসী গোমন ছেত্ৰীৰ পুত্ৰ বিকি । বিকিৰ এই সাফল্যত জন্মস্থান শেন চোৱাৰ লগতে সমগ্ৰ গোলাঘাট জিলাবাসীয়ে গৌৰৱ অনুভৱ কৰিছে। 

No comments