Breaking News

গোলাঘাট জিলাৰ ধনশিৰি মহকুমাত আৰক্ষীৰ বৃহৎ সাফল্য

 


ধনশিৰি, মাধুৰ্য কোঁৱৰঃ গোলাঘাট জিলাৰ ধনশিৰি মহকুমাত আৰক্ষীৰ বৃহৎ সাফল্য । মহকুমাটোৰ সৰুপথাৰ আৰক্ষীৰ জালত দুই ড্ৰাগছ সৰবৰাহকাৰী ।

 এক গোপন সুত্ৰৰ ভিত্তিত  আৰক্ষীয়ে সৰুপথাৰ ৰেল ষ্টেচনৰ সমীপত অভিযান চলাই  গ্ৰেপ্তাৰ কৰে দুই ড্ৰাগছ সৰবৰাহকাৰীক । আৰক্ষীৰ অভিযানত আটক হোৱা ড্ৰাগছ সৰবৰাহকাৰী দুটা হ'ল, ১ নং গন্ধকৰৈ গাঁৱৰ অসীম শইকীয়া আৰু নগাজৰি দচুকৰ পুতু গগৈ । সৰসৰবৰাহকাৰী দুটাৰ পৰা আৰক্ষীয়ে ১. ১৫ (এক দশমিক পোন্ধৰ) গ্ৰাম নিষিদ্ধ হেৰইনৰ জব্দ কৰিছে।

No comments