Breaking News

শ্ৰীমন্ত শংকৰদেৱলৈ প্ৰণাম জনাই অৰবিন্দ কেজৰিৱালে অসমীয়া ভাষাত কৰিলে টুইট



অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্তবিশ্ব শৰ্মাৰে টুইট যুদ্ধ অব্যাহত থকাৰ মাজতে শ্ৰীমন্ত শংকৰদেৱলৈ প্ৰণাম জনাই অৰবিন্দ কেজৰিৱালে অসমীয়া ভাষাত কৰিলে টুইট।  মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথিত জগত গুৰুজনালৈ জনালে শ্ৰদ্ধাঞ্জলি দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ। অসমীয়া জাতিৰ গুৰিয়াল, প্ৰাণপুৰুষ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱলৈ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে অসমীয়া ভাষাতে শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে। 

No comments