Breaking News

শিৱসাগৰত ত্ৰিৰংগাৰ ৰঙেৰে উদ্ভাসিত ঐতিহাসিক "ৰংঘৰ"

 


ফাৰহান লচকৰ, শিৱসাগৰঃ হৰ ঘৰ ত্ৰিৰংগা, শিৱসাগৰত ত্ৰিৰংগাৰ ৰঙেৰে উদ্ভাসিত ঐতিহাসিক "ৰংঘৰ"। ত্ৰিৰংগাৰ ৰঙেৰে নিশা এক আটক ধুনীয়া "ৰংঘৰ"ৰ দৃশ্যই মন মোহিব সকলোকে ।  হৰ ঘৰ ত্ৰিৰংগা । জাতীয় পতাকা ১৩-১৫ আগষ্টলৈ দেশৰ সকলো নাগৰিকক নিজ নিজ গৃহসমূহত উৰুৱাই ৰখা নিৰ্দেশ ভাৰত চৰকাৰৰ । ৰাষ্ট্ৰৰ প্ৰতি নাগৰিকৰ ই হ'ব এক অটুলনীয় নিদৰ্শন । সমগ্ৰ ৰাজ্যৰ লগতে স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত "আজাদী কা অমৃত মহোৎসৱ" উপলক্ষ্যে আটক ধুনীয়াকৈ সজাই তোলা হৈছে ঐতিহাসিক "ৰংঘৰ" । শিৱসাগৰত ত্ৰিৰংগাৰ ৰঙেৰে উদ্ভাসিত ঐতিহাসিক "ৰংঘৰ"। ত্ৰিৰংগাৰ ৰঙেৰে নিশা এক আটক ধুনীয়া "ৰংঘৰ"ৰ দৃশ্যই মন মোহিব সকলোকে । স্বাধীনতা দিৱস উপলক্ষে ন ৰূপত সজাই পৰাই তোলা হৈছে শিৱসাগৰৰ ঐতিহাসিক "ৰংঘৰ" ।

No comments