Breaking News

নুমলীগড়ৰ ৰিফাইনেৰীৰ এখনি Business Partners Meet


টেচকো ৰিজৰ্ট বোকাখাত আজি নুমলীগড়ৰ ৰিফাইনেৰীৰ এখনি Business Partners Meet  অনুষ্ঠিত হয়। য’ত উপস্থিত থাকে নুমলীগড়ৰ ৰিফাইনেৰীৰ সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি ফুকন, ইয়াৰোপৰি উপস্থিত থাকে জ্যেষ্ঠ প্ৰবন্ধক কাজল শইকীয়া, হেমন্ত নাথ, নলিনী বৰগোহাঞি, গিৰীশ বৰা কে ধৰি বহুকেইজন বিষয়া আৰু ঠিকাদাৰ সন্থাৰ প্ৰতিনিধি সম্পাদক বিশ্বজিত দেৱ, সভাপতি অনুপ ভাগৱতী ৰমেন ফুকন, কিশোৰ কুমাৰ দত্ত আদি । মেলত সকলোৰে উপস্থিতিত ৩ মিলিয়ন ৰ পৰা ৯ মিলিয়ন ৰিফাইনেৰীৰ ক্ষীপ্ৰ গতিত আগুৱাই যোৱাৰ বাবে সকলোৰে মতামত ৰ আদান প্ৰদান কৰা হয়।

No comments