Breaking News

শ্রী শ্রী মাধৱদেৱৰ তিথি উপলক্ষে ১৪ ছেপ্টেম্বৰৰ পৰিৱৰ্তে ১৫ ছেপ্টেম্বৰত বন্ধ ঘোষণা



অসম  চৰকাৰে  শ্রী শ্রী মাধৱদেৱৰ তিথি  উপলক্ষে ১৪ ছেপ্টেম্বৰ পৰিৱৰ্তে  ১৫ ছেপ্টেম্বৰ   বন্ধ ঘোষণা কৰিছে। পূর্বৰ অধিসূচনাত এই সীমিত বন্ধটি  ১৪ ছেপ্টেম্বৰত দিয়া হৈছিল। 

No comments