Breaking News

দেশে আজি লাভ কৰিলে দেশৰ প্ৰথমখন পৰিবাহী স্বদেশী যুদ্ধ জাহাজ



দেশে আজি লাভ কৰিলে দেশৰ প্ৰথমখন পৰিবাহী স্বদেশী যুদ্ধ জাহাজ । এবছৰৰ পৰীক্ষণৰ পিছত প্ৰধানমন্ত্ৰী মোডীয়ে আজি নৌসেনাক অৰ্পন কৰিলে সৰ্বশক্তিমান  আই এন এছ বিক্ৰান্ত ( INS VIKRANT )। ২০ হাজাৰ কোটি অত্যাধুনিক সুবিধাৰে সজ্জিত আই.এন.এছ. বিক্ৰান্ত  এতিয়ালৈকে ভাৰতৰ সামুদ্ৰিক ইতিহাসৰ সৰ্ববৃহৎ জাহাজ। 

আজি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কোচিন শিপইয়ৰ্ডত ২০ হাজাৰ কোটি টকা ব্যয় সাপেক্ষে প্ৰস্তুত  হোৱা আই.এন.এছ. বিক্ৰান্ত  জাহাজখন অনুষ্ঠানিকভাৱে মুকলি কৰে।


উল্লেখ্য যে  সৰ্ববৃহৎ যুদ্ধ জাহাজখন ২৬২ মিটাৰ দীঘল আৰু ৬২ মিটাৰ বহল।  ইফালে উক্ত জাহাজখনৰ গ্ৰাউণ্ডিং পৰীক্ষণ নৱেম্বৰত পৰা আৰম্ভ হৈ ২০২৩ চনৰ মাজভাগত সম্পূৰ্ণ হ’ব বুলি জানিব পৰা গৈছে। 

No comments