Breaking News

অসমৰ লগতে অন্যান্য কেইবাখনো ৰাজ্যত অধিক বৰষুণৰ সম্ভাৱণা



অসমকে ধৰি কেইবাখনো ৰাজ্যত অধিখ ধাৰাষাৰ বৰষুণৰ সম্ভাৱণা। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে (IMD) অহা কেইদিনমানৰ ভিতৰত অসমৰ লগতে ভাৰতৰ বহু ঠাইত ধাৰাসাৰ বৰষুণৰ ভৱিষ্যতবাণী কৰিছে। বতৰ বিজ্ঞান বিভাগৰ মতে অসমৰ লগতে মেঘালয়, তামিলনাডু, কৰ্ণাটক, কেৰালাত, উত্তৰাখণ্ড, পশ্চিম বংগ, ছিকিম, অৰুণাচল প্ৰদেশ আদিত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে।


এনে পৰিস্থিতিত, ধাৰাসাৰ আৰু অতি ধাৰাসাৰ বৰষুণৰ সম্ভাৱনাৰ বাবে, বতৰ বিজ্ঞান বিভাগে জনসাধাৰণৰ বাবে প্ৰয়োজনীয় পৰামৰ্শ জাৰি কৰিছে।

No comments