Breaking News

ৰাজস্থান কংগ্ৰেছত ৰাজনৈতিক সংকট




ৰাজস্থান কংগ্ৰেছত অব্যাহত আছে  ৰাজনৈতিক সংকট। ৰাজস্থান কংগ্ৰেছত চলি থকা ৰাজনৈতিক সংকটৰ মাজতে বহুতো কংগ্ৰেছ নেতা আৰু বিধায়ক ধাৰিৱালৰ বাসগৃহত উপস্থিত হয়।

 আৰটিডিচিৰ অধ্যক্ষ ধৰ্মেন্দ্ৰ ৰাঠৌৰও ধাৰিৱালৰ বাসগৃহত উপস্থিত হয়। আৰটিডিচিৰ অধ্যক্ষগৰাকী উপস্থিত হোৱাৰ পাছতে আকৌ এবাৰ বিধায়কসকলৰ বৈঠক আৰম্ভ হয়। 

উল্লেখ্য যে, কালিও এই বৈঠক শান্তি ধাৰিৱালৰ ঘৰত অনুষ্ঠিত হৈছিল আৰু বহু সংখ্যক বিধায়ক ইয়াত উপস্থিত হৈছিল।

No comments