Breaking News

ইউকেৰ নৱনিৰ্বাচিত প্ৰধানমন্ত্ৰী লিজ ট্ৰাছক শুভেচ্ছা ভাৰতৰ প্ৰধানমন্ত্ৰী মোডীৰ



 প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টুইটাৰযোগে যুক্তৰাজ্যৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী লিজ ট্ৰাছক অভিনন্দন জ্ঞাপন কৰিছে। তেওঁ প্ৰকাশ কৰে যে তেওঁৰ নেতৃত্বত ভাৰত-যুক্তৰাজ্যৰ ব্যাপক কৌশলগত অংশীদাৰীত্ব শক্তিশালী হ'ব বুলি তেওঁ নিশ্চিত। শেষত, প্ৰধানমন্ত্ৰী মোডীয়ে তেওঁৰ "দায়িত্ব’ৰ বাবে শুভকামনা জনাইছে।

মাৰ্গাৰেট থ্যাচাৰ আৰু থেৰেছা মেৰ পিছত লিজ ট্ৰাছ ইউকেৰ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱা তৃতীয় গৰাকী মহিলা । কনজাৰ্ভেটিভ দলৰ নেত্ৰীগৰাকীয়ে ভাৰতীয় বংশোদ্ভূত ঋষি চুনাকৰ বিৰুদ্ধে প্ৰধানমন্ত্ৰীৰ দৌৰত জয়ী হৈছিল। 

No comments