Breaking News

শিৱসাগৰৰ নাজিৰা পদুম পুখুৰী প্রাথমিক বিদ্যালয়ৰ প্রধান শিক্ষক, চাহ জনগোষ্ঠী সাহিত্য সভাৰ সহকাৰী সম্পাদক বসন্ত ৰাজোৱাৰ দেৱৰ দেহাৱসান ঘটে ।

 


ডিজিটেল সংবাদ, শিৱসাগৰঃ শিৱসাগৰৰ নাজিৰা পদুম পুখুৰী প্রাথমিক বিদ্যালয়ৰ প্রধান শিক্ষক, চাহ জনগোষ্ঠী সাহিত্য সভাৰ সহকাৰী সম্পাদক বসন্ত ৰাজোৱাৰ দেৱৰ দেহাৱসান ঘটে । অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ তেখেত প্রাক্তন কেন্দ্ৰীয় উপ-সভাপতি হিচাপে  দায়িত্বভাৰ পালন কৰি অহাৰ লগতে সংবাদ সাহিত্য সাংস্কৃতিক মঞ্চ নাজিৰাৰ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল । ইয়াৰ উপৰিও বিভিন্ন সামাজিক অনুষ্ঠানৰ লগত জড়িত থকা ৰাজোৱাৰ দেৱৰ অকাল মৃত্যুত নাজিৰাৰ বৌদ্ধিক মহলত শোকৰ ছাঁ পৰিছে ।

No comments