Breaking News

ধুবুৰীত চি আই ডিৰ এজাহাৰৰ ভিত্তিত ধুবুৰী আৰক্ষীৰ অভিযান।

 

ডিজিটেল সংবাদ, ধুবুৰীঃ ধুবুৰীত চি আই ডিৰ এজাহাৰৰ ভিত্তিত ধুবুৰী আৰক্ষীৰ অভিযান।ৰাজু ঠাকুৰ নামৰ এজন কম্পিউটাৰ প্ৰশিক্ষকৰ লগতে আন এজন যুৱক আটক।কম্পিউটাৰ প্ৰশিক্ষণৰ ভুৱা প্ৰমাণ পত্ৰ যোগান ধৰিছিল ৰাজু  ঠাকুৰে।বৰ্তমানেও অব্যাহত আছে অভিযান।আৰু কেইবাজনো আটক হোৱাৰ সম্ভাৱনা।

No comments