Breaking News

নিশা ধুবুৰীৰ আইৰনজংলা অঞ্চলত চোৰাং গৰু উদ্ধাৰ

 

ডিজিটেল সংবাদ, ধুবুৰীঃ নিশা ধুবুৰীৰ আইৰনজংলা অঞ্চলত চোৰাং গৰু উদ্ধাৰ । নিৰ্মীয়মান ধুবুৰী ফুলবাৰী দলংৰ L&T কোম্পানীৰ কাম কৰি থকা ঠাইত AS17C 4814 নম্বৰৰ গাড়ী এখনত চোৰাং গৰু কেইটা লৈ গৈ থকাৰ পথত ধৰা পৰে গৰু কেইটা । বাহন এৰি পলায়ন কৰে গাড়ী চালক । পিছত আৰক্ষী উপস্থিত হৈ গৰু কেইটা জব্দ কৰে ।

No comments