Breaking News

কাইলৈ ঘোষণা হব চতুৰ্থ বৰ্গ পদৰ লিখিত পৰীক্ষাৰ ফলাফল




ৰাজ্য চৰকাৰে ২১ আগষ্টত অনুষ্ঠিত কৰা চতুৰ্থ বৰ্গ পদৰ লিখিত পৰীক্ষাৰ ফলাফল কাইলৈ ঘোষণা কৰা হ'ব, ঘোষণা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ।

No comments