Breaking News

চৰকাৰী কৰ্মচাৰীলৈ দীপাৱলীৰ উপহাৰ



চৰকাৰী কৰ্মচাৰীলৈ দীপাৱলীৰ উপহাৰ ।  কেন্দ্ৰীয় চৰকাৰৰ পঞ্চম আৰু ষষ্ঠ দৰমহা আয়োগৰ অধীনত দৰমহা লাভ কৰা কর্মচাৰীসকলৰ ডিয়েৰনেছ ভাট্টা বৃদ্ধি কৰিছে৷ যাৰ ফলত ভাট্টা ২০৩ শতাংশৰ পৰা ২১২ শতাংশলৈ বৃদ্ধি পাইছে। ডি এৰ নতুন হাৰ ২০২২ চনৰ ১ জুলাইৰ পৰা প্ৰযোজ্য বুলি গণ্য কৰা হ’ব। ইয়াৰ বাহিৰেও পঞ্চম দৰমহা আয়োগৰ অধীনত দৰমহা লোৱা কেন্দ্ৰীয় কৰ্মচাৰীৰ ডি এ ১৫ শতাংশ বৃদ্ধি কৰি ৩৯৬ শতাংশ কৰা হৈছে। এই কৰ্মচাৰীসকলৰ বাবে এই বৃদ্ধিও ১ জুলাইৰ পৰা প্ৰযোজ্য বুলি বিবেচিত হ’ব।


No comments