Breaking News

মুকালমুৱাত আন্তঃৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন দিবস উৎযাপন। বাটৰ নাট প্ৰদৰ্শন।

 

ডিজিটেল সংবাদ, নলবাৰীঃ মুকালমুৱাত আন্তঃৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন দিবস উৎযাপন। বাটৰ নাট প্ৰদৰ্শন। আজি মুকালমুৱা বৰক্ষেত্ৰী খন্ড উন্নয়ন বিষয়াৰ কাৰ্যালয় প্ৰাংগণত ৰাষ্ট্ৰীয়  দুৰ্যোগ প্ৰশামন দিবস উৎযাপন কৰা হয় ।এই দিৱসৰ লগত সংগতি ৰাখি খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয় প্ৰাংগণত বানপানী ভুমিকম্প,প্ৰাকৃতিক দুৰ্য্যোগ  আদিৰ সময়ত লবলগীয়া সাৱধানতা সম্পৰ্কে ৰাইজক সজাগ কৰিবলৈ এখন বাটৰ নাট প্ৰদৰ্শন কৰা হয়।এই উদযাপন দিবসত উপস্থিত থাকে নলবাৰী জিলাৰ অতিৰিক্ত উপায়ুক্ত সুস্বপ্না কাকতি,বৰক্ষেত্ৰী চক্ৰ বিষয়া  উদয় শংকৰ   দও , খণ্ড উন্নয়ন বিষয়া লিনা হাজৰিকা,গড়কাপ্তানি বিভাগৰ সহাকাৰী কায্যবাহী অভিযন্তা, উপগুপ্ত মৰল,বৰক্ষেত্ৰী মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ মোবাৰক হুছেইনকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।  




No comments