Breaking News

আয়ুৰ্বেদ সম্পৰ্কে সজাগতা সভা

 


ডিজিটেল সংবাদ, চিৰাংঃ আয়ুৰ্বেদ সম্পৰ্কে সজাগতা সভা -৫৪ নং বেটেলিয়ান এছ এছ বি ,লক্ষীঝোৰা বিওপিৰ । চিৰাং জিলাৰ বিজনী মহকুমাৰ অন্তৰ্গত আজি ২ নং দৈলংঝাৰস্থিত ৮৯৬ নং দৈলংঝাৰ এল পি স্কুলৰ সমীপত ৫৪ নং বিটেলিয়ান ,SSB ৰ লক্ষীঝোৰা বিওপিৰ । হৰ দিন হৰ ঘৰ আয়ুৰ্বেদা সম্পৰ্কে সম্পৰ্কে সজাগতা সভা অনুষ্ঠিত কৰে । ৰাইজৰ আগত আয়ুৰ্বেদিক ঔষধ সম্পৰ্কে অৱগত , আয়ুৰ্বেদিক ঔষধ কি ? আয়ুৰ্বেদিক ঔষধ খালে কি হয় , আয়ুৰ্বেদিক ঔষধ সম্পৰ্কে গুৰুত্বপূৰ্ণ মন্তব্য ডাঙি ধৰে -৫৪ নং বেটেলিয়ান  এছ এছ বি ,লক্ষীঝোৰা বিওপিৰ এনছপেক্টৰ দি নাথ ওৰেইন ।আজিৰ কাৰ্যসূচীত উপস্থিত থাকে * বিদ্যালয়ৰ প্ৰধান শিক্ষক মৃদুল সৰকাৰ ,SMC ৰ সভাপতি ,সদস্য ,সদস্যা সকলে উপস্থিত থাকে লক্ষী জোৰা বিওপিৰ  SSB ৰ জোৱানসকলে উপস্থিত থাকে ।লগতে স্বচ্ছতা কাৰ্যক্ৰমৰ লগত সংগতি ৰাখি -বিদ্যালয়ৰ চৌহদত চাফাই কৰে আৰু গছ পুলি ৰোপন কৰে -SSB ৰ জোৱানসকলে ।

No comments