Breaking News

কাজিৰঙাত মৃত গঁড় উদ্ধাৰ।

 




ডিজিটেল সংবাদ কাজিৰঙা...  কাজিৰঙাত মৃত গঁড় উদ্ধাৰ। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তভাগত উদ্ধাৰ হৈছে এটা মৃত গঁড়। গঁড়টো বাৰ্ধক্য জনিত কাৰনত মৃত্যু হোৱা বুলি সন্দেহ কৰা হৈছে। প্রায় 30 বছৰমান বয়সৰ মতা গঁড়টোৰ খৰ্গটৌ বনবিভাগে উদ্ধাৰ কৰিছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰা বনাঞ্চলৰ মুল প্রবেশদ্বাৰ মিহিমুখত  উদ্ধাৰ হৈছে মৃত মতা গঁড়টো।

No comments