Breaking News

হৰ দিন হৰ ঘৰ আয়ুৰ্বেদাৰ সম্পৰ্কে ১৫ নং বি,এন. এছ এছ বি , বিষ্ণুপুৰ বিওপিৰ সজাগতা সভা -

 

ডিজিটেল সংবাদ, চিৰাং... হৰ দিন হৰ ঘৰ আয়ুৰ্বেদাৰ সম্পৰ্কে ১৫ নং বি,এন.  এছ এছ বি , বিষ্ণুপুৰ  বিওপিৰ  সজাগতা সভা - । চিৰাং জিলাৰ বিজনী মহকুমাৰ অন্তৰ্গত আজি ৩ নং বিষ্ণুপুৰ বজাৰত  হৰ দিন হৰ ঘৰ আয়ুৰ্বেদাৰ * সজাগতা সম্পৰ্কে ১৫ নং বেটেলিয়ান এছ এছ বিৰ ,C-Coy বিষ্ণুপুৰ বিওপিৰ  উদ্যোগত  সজাগতা সভা । আয়ুৰ্বেদিক ঔষধ সম্পৰ্কে কি ?  আয়ুৰ্বেদিক ঔষধ সম্পৰ্কে ৰাইজৰ ওচৰত অৱগত কৰে -SDMO চিৰাঙৰ  ড° এম ডি শৰ্মাই lআজিৰ কাৰ্যসূচীত উপস্থিত থাকে 15 no BN SSB ,কাজলগাও ৰ Cammandant Dr.নিশীকান্ত ,আয়ুৰ্বেদিক চিকিৎসক * ড° এ.আনম ।বিষ্ণুপুৰ সীমা চকীৰ  এছিছটেণ্ট কামাণ্ডেণ্ট - কেশোৰ লাল মিনা ,সমাজ কল্যাণ হাই স্কুলৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষয়েত্ৰী - সাধনা মিত্ৰ,বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগতে স্থানীয় বুদ্ধিজীৱী , সমাজকৰ্মী ,এছ এছ বিৰ জোৱান সকলে উপস্থিত থাকে,  লগতে চিকাঝোৰা এম .ই স্কুল খেলপথাৰত - ১৫ নং বিটেলিয়ান ,SSB ৰ ধলা বিওপিৰ উদ্যোগত হৰ দিন হৰ ঘৰ আয়ুৰ্বেদা সম্পৰ্কে সম্পৰ্কে সজাগতা সভা অনুষ্ঠিত কৰে । আজিৰ কাৰ্যসুচীত চিকাঝোৰা এম ই স্কুলৰ প্ৰধান শিক্ষক * অশোক সিংহ ,সহকাৰী শিক্ষক সকল , বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ সকল ,ধলা বিওপিৰ এছ এছ বিৰ ইনছপেক্টৰ * জতিনধৰ সিংহ  ,এছ এছ বিৰ জোৱান সকলে উপস্থিত থাকে,

No comments