Breaking News

মাজুলী জিলা চিকিৎসালয়লৈ অক্সিজেন চিলিণ্ডাৰ প্ৰেৰণ

ডিজিটেল সংবাদ, মাজুলী .... মাজুলী জিলা চিকিৎসালয়লৈ  অক্সিজেন চিলিণ্ডাৰ প্ৰেৰণ ! মাজুলীৰ জিলা চিকিৎসালয়ত অক্সিজেনৰ অভাৱৰ বাবেই তেজস্বীতাৰ মৃত্যু হ'ল  বুলি দাবীৰ পিছত আজি মাজুলীৰ জিলা চিকিৎসালয়লৈ সাংসদ গৌৱৰ গগৈয়ে  এটা অক্সিজেন চিলিণ্ডাৰ প্ৰদান কৰে !  সাংসদ গৌৰৱ গগৈৰ নেতৃত্বাধীন ---NGOৰ দ্বাৰা মাজুলী জিলা চিকিৎসালয়লৈ এটা অক্সিজেন  চিলাণ্ডাৰ প্ৰদান কৰে ! মাজুলীৰ চিকিৎসালয়ত পৰৱৰ্তী সময়ত যাতে কোনো ৰোগীয়ে মৃত্যু মুখক  পৰিব নালাগে তাৰ প্ৰতি লক্ষ্য ৰাখি এই চিলিণ্ডাৰ প্ৰদান কৰে ! এই অক্সিজেন টো অহা ১৭তাৰিখত মাজুলী জিলাৰ কংগ্ৰেছৰ এটা দলে মাজুলী জিলাৰ উপায়ুক্ত পুলক মহন্তৰ হাতত অৰ্পন কৰিব !

No comments