Breaking News

মাজুলী গড়মূৰ জিলা চিকিৎসালয়ৰ অধীক্ষক অমূল্য গোস্বামীক নিলম্বন

 


ডিজিটেল সংবাদ, মাজুলীঃমাজুলী গড়মূৰ জিলা চিকিৎসালয়ৰ অধীক্ষক  অমূল্য গোস্বামীক নিলম্বন !  কণ্ঠশিল্পী তেজস্বিতাৰ মৃত্যুৰ বিৰ্তকত সাঙোৰ খাইছিল গড়মূৰ জিলা চিকিৎসালয় ! ইয়াৰ পিছতেই স্বাস্থ্যবিভাগে নিলম্বন কৰে অধীক্ষক গৰাকীক !  ডা: কিশোৰ কুমাৰ বৰ্মনক  নতুনকৈ অধীক্ষকৰ  দায়িত্ব দিয়া হৈছে !



No comments