Breaking News

ৰাজ্যবাসীৰ বাবে আন এক দুঃখবৰ। বগা চুলিকোচা আৰু ফ্ৰেন্সকাট দাড়িৰে সকলোৰে পৰিচিত চিত্ৰশিল্পী নীলপৱন বৰুৱা আৰু নাই।



ৰাজ্যবাসীৰ বাবে আন এক দুঃখবৰ। বগা চুলিকোচা আৰু ফ্ৰেন্সকাট দাড়িৰে সকলোৰে পৰিচিত চিত্ৰশিল্পী নীলপৱন বৰুৱা আৰু নাই। GMCH ত বিয়লি ৩.১৫ বজাত ইহলীলা সম্বৰণ কৰে চিত্ৰশিল্পী গৰাকীয়ে। ২২ ছেপ্তেম্বৰত GMCH ত ভৰ্তি কৰোৱা হৈছিল চিত্ৰশিল্পী গৰাকীক। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত যোৱা কিছুদিন ধৰি চিকিৎসাধীন হৈ থকাৰ পিছত বৰুৱাৰ ক্ৰমাৎ স্বাস্থ্যৰ অৱনতি ঘটিছিল। চিত্ৰশিল্পীগৰাকীক কৃত্ৰিমভাৱে শ্বাস-প্ৰশ্বাস প্ৰদান কৰি থকা হৈছিল।

শ্ৰদ্ধাৰ নীলপৱন বৰুৱাৰ বিদেহ আত্মাৰ সদ্গতিৰ অৰ্থে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ।

No comments