Breaking News

ফৰকাটিং মহাবিদ্যালয়ত আন্তঃ মহাবিদ্যালয় গোলাঘাট জিলা ফুটবল খেল সম্পন্নঃ

ডিজিটেল সংবাদ,ফৰকাটিং.... ফৰকাটিং মহাবিদ্যালয়ত আন্তঃ মহাবিদ্যালয় গোলাঘাট জিলা ফুটবল খেল সম্পন্নঃ ডিব্ৰুুগড় বিশ্ববিদ্যালয়ৰ  অন্তৰ্গত গোলাঘাট জিলাৰ ১০খন মহাবিদ্যালয়ৰ ভিতৰত অনুষ্ঠিত হোৱা ফুটবল খেল খন ফৰকাটিং মহাবিদ্যালয়ৰ খেলপথাৰত ২৬ অক্টোৱৰৰ পৰা ২৯অক্টোৱৰলৈকে অনুষ্ঠিত হয়। আজি চূড়ান্ত খেল খন কমাৰগাঁও মহাবিদ্যালয় আৰু  গোলাঘাট ডনবক্স কলেজৰ মাজত অনুষ্ঠিত হয়।প্ৰথম গলটো ২৫ মিনিটৰ আৰু দ্বিতীয়টো গলটো ৫৬ মিনিটত আৰু  তৃতীয়টো গ'ল    ৬৫মিনিটত চতুথটো গ'ল ৭৫ মিনিটত  পঞ্চম গ'ল ৮৫ মিনিটত ষষ্ঠ গ'ল ৯০ মিনিটত কমাৰগাঁও মহাবিদ্যালয়ে গোলাঘাট ডনবক্স কলেজক মুঠ ৬ টা গ'ল দি বিজয় সাব্যস্ত কৰে ।

No comments