Breaking News

নদীদ্বীপ মাজুলীত চলিছে এতিয়া ৰাসৰ প্ৰস্তুতি

 


নদীদ্বীপ মাজুলীত চলিছে এতিয়া ৰাসৰ প্ৰস্তুতি। ৰাসলৈ মাজত মাথোঁ আৰু কেইটা মান দিন বাকী আছে ।চৌদিশে আধ্যাত্মিকতাই বিৰাজ কৰিছে। মাজুলীৰ প্ৰান্তে প্ৰান্তে চলিছে ৰাসৰ প্ৰস্তুতি।আমি দেখাম আজি আপোনালোকক মাজুলীৰ ভিন্ন প্ৰান্তৰ ৰাসৰ আখৰা। এতিয়া যেন মাজুলী এক দ্বিতীয় বিন্দাবনত পৰিণত হৈছে, চাৰিওফালে কংসৰ গৰ্জনি আৰু তাৰ সমান্তৰাল ভাৱে কৃষ্ণৰ মোহন মুৰুলীৰ সুৰত গোপীনিৰ নৃত্যই প্ৰাণ পাই উঠিছে।আহক চাও মাজুলীৰ ভিন্ন প্ৰান্তৰ ৰাসৰ আখৰা।


No comments