Breaking News

টীয়কৰ বেন গাৰ্ডেন হাইস্কুলত ছাত্র ছাত্ৰীৰ তীব্ৰ প্ৰতিবাদ।


ডিজিটেল সংবাদ, টিয়কঃ 
 টিয়কৰ বেন গাৰ্ডেন হাইস্কুলত ছাত্র ছাত্ৰীৰ তীব্ৰ প্ৰতিবাদ। এগৰাকী শিক্ষকৰ নিলম্বন কৰাকলৈ উত্তপ্ত পৰিস্থিতি। টীয়কৰ এখন ইংৰাজী মাধ্যমৰ অগ্রণী শিক্ষানুষ্ঠান বেন গাৰ্ডেন হাইস্কুলত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। দিপেন গগৈ নামৰ এগৰাকী শিক্ষকক নিলম্বন কৰাকলৈ প্ৰতিবাদত নামি পৰে ছাত্র-ছাত্ৰী সকলে। জানিব পৰা মতে বিদ্যালয় বন্ধ দিনত শিক্ষক গৰাকীয়ে অষ্টম শ্ৰেণীৰ কেইজনমান ছাত্র সৈতে পিকনিক যোৱাৰ বাবেই বিদ্যালয় কৰ্তৃপক্ষই এই পদক্ষেপ লোৱা বুলি অভিযোগ উত্থাপিত হৈছে।


No comments