Breaking News

দেৰগাঁও চাৰিআলিত চক্ৰ বিছাৰি ৰাইজৰ প্ৰতিক্ৰিয়া

                                                                           


  

ডিজিটেল সংবাদ, দেৰগাঁওঃ দেৰগাঁও চাৰিআলিত চক্ৰ বিছাৰি ৰাইজৰ প্ৰতিক্ৰিয়া…এইখন দেৰগাঁও নগৰ ৷এই দেৰগাঁও নগৰৰ সোঁমাজেদি পশ্চিমে গুৱাহাটী মহানগৰীলৈ, পূৱে যোৰহাট নগৰলৈ, উত্তৰে গোলাঘাট নগৰলৈ যোৱা হয়।আনহাতে দক্ষিণ দিশৰ পৰা বেপাৰ-বাণিজ্য,শিক্ষা, চিকিৎসাকে আদি কৰি বিভিন্ন কামৰ বাবে মানুহৰ আহ-যাহ ৷ মুঠতে উত্তৰ আৰু দক্ষিণ দিশৰ সকলো ব্যক্তিয়ে সকলো সৰু-ডাঙৰ কাম কৰিব লগা হ’লে ঘাই পথটো পাৰ হবলগীয়া হয় ৷বৰ্তমান এই দেৰগাঁও নগৰৰ মাজেৰে চাৰিলেণ্ডযুক্ত পথৰ কাম চলি আছে ৷দেৰগাঁৱৰ ৰাইজৰ দাবী আছিল যে দূৰ্ঘটনাৰ প্ৰতি লক্ষ্য ৰাখি দেৰগাঁও নগৰৰ মাজত চক্ৰ(চাৰ্কোল)বাঅভাৰব্ৰীজ হোৱাৰ৷এতিয়া দেৰগঞাঁ ৰাইজে এটাও চক্ৰ(চাৰ্কোল) বা অভাৰব্ৰীজ  নোহোৱাৰ খৱৰ শুনি চিন্তিত আৰু ক্ষোভিত হৈ পৰিছে ৷ দেৰগঞাঁ সচেতন ব্যক্তি,দল সংগঠনে কি কয় জানো আহক

No comments