Breaking News

বীৰ লাচিতৰ ৪০০বছৰীয়া জন্মজয়ন্তী উপলক্ষে চিৰাঙৰ বিজনীত চিৰাং আৰক্ষীৰ উদ্যোগত চাফাই অভিযান কাৰ্য্যসুচি

 


ডিজিটেল সংবাদ, চিৰাংঃ বীৰ লাচিতৰ ৪০০বছৰীয়া জন্মজয়ন্তী উপলক্ষে চিৰাঙৰ বিজনীত চিৰাং আৰক্ষীৰ উদ্যোগত চাফাই অভিযান কাৰ্য্যসুচি ।আজি বিজনীত পৌৰসভাৰ উদ্দোগত চিৰাং আৰক্ষীৰ উদ্যোগত চাফাই অভিযান কাৰ্য্যসুচি উদযাপন কৰে ...বীৰ লাচিত বৰফুকন দেৱৰ ৪০০ বছৰীয়া  জন্ম বাৰ্ষিক উপোলক্ষ্যত বিজনী চহৰত চিৰাং আৰক্ষীৰ উদ্যোগত চাফাই অভিযান কাৰ্য্যসুচি ৰূপায়ন কৰে। উক্ত কাৰ্য্যসুচিত উপস্থিত থাকে বিজনী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰনজিত ৰাজখোৱা ,  বিজনী পৌৰসভাৰ সভাপতি গুনেশ্বৰ গয়াৰী আৰু  বিজনী আৰক্ষী থানাৰ  বিষয়ৱবীয়া সকল  উপস্থিত থাকে  ।

No comments