Breaking News

শিৱসাগৰৰ আমগুৰি জাঁজী নদীত ডুবি মৃত্যু মুখত পৰে এজন


ডিজিটেল সংবাদ, শিৱসাগৰঃ
 শিৱসাগৰৰ আমগুৰি জাঁজী নদীত ডুবি মৃত্যু মুখত পৰে এজন মৃত্যু মুখত পৰা লোকজন মনোজ বাউৰী, ঘৰ যোৰহাট জিলাৰ চেলেংহাটৰ গড়চুকত বৰবিলৰ সমীপৰ জাঁজী নদীত আজি এটা মৃতদেহ উদ্ধাৰকলৈ চাঞ্চল্য । শিৱসাগৰৰ আমগুৰি জাঁজী নদীত ডুবি মৃত্যু মুখত পৰে মনোজ বাউৰী নামৰ লোকজন, ঘৰ যোৰহাট জিলাৰ চেলেংহাট গড়চুকত বুলি জানিব পৰা গৈছে । ঘটনাস্থলীত আমগুৰি আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে । এতিয়ালৈকে ঘটনাৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই ।

No comments