Breaking News

দিল্লীত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই দেৰগাঁৱত নিৰ্মীয়মাণ অৱস্থাত থকা পুলিচ একাডেমীখন বীৰ লাচিতৰ নামত ঘোষণা কৰাত উৎফুল্লিত হৈ পৰিছে দেৰগাঁওবাসী

                                                                                

ডিজিটেল সংবাদ, দেৰগাঁও.... দিল্লীত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই দেৰগাঁৱত নিৰ্মীয়মাণ অৱস্থাত থকা পুলিচ একাডেমীখন বীৰ লাচিতৰ নামত ঘোষণা কৰাত উৎফুল্লিত হৈ পৰিছে দেৰগাঁওবাসী। উল্লেখযোগ্য  যে ১৯৪৯ চনত তেতিয়াৰ কপাহতলী পথাৰত জন্ম লাভ কৰা আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়খনে আজিৰ এই পৰ্যায় পাবলৈ বহু উত্থান পতনৰ মাজেদি আহিব লগা হৈছে। মাজভাগতে দেৰগাঁৱৰ পুলিচ একাডেমীখন উঠাই নিব বুলি প্ৰচাৰ হোৱাৰ  বাবে আন্দোলনৰ কাৰ্যসূচীও হাতত ল'ব লগা হৈছিল দেৰগাঁও বাসীয়ে ।অৱশেষত দেৰগাঁওবাসীৰ সপোন বাস্তৱৰ ৰূপ লোৱাত মুখ্যমন্ত্ৰী গৰাকীক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে আনন্দ উৎল্লাখ দেখা পোৱা গৈছে  দেৰগাঁওবাসীৰ  মাজত

No comments