Breaking News

বিজনীৰ বিষ্ণুপুৰ তিনি আলী হাজং পাৰা প্ৰাথমিক বিদ্যালয়ত চাৰিশ বছৰীয়া বীৰ লাচিতৰ জন্ম জয়ন্তী উদযপন


                                                               

ডিজিটেল সংবাদ, চিৰাংঃ বিজনীৰ বিষ্ণুপুৰ তিনি আলী হাজং পাৰা প্ৰাথমিক বিদ্যালয়ত চাৰিশ বছৰীয়া বীৰ লাচিতৰ জন্ম জয়ন্তী উদযাপন ।চিৰাং জিলাৰ বিজনী মহকুমাৰ অন্তৰ্গত আজি বিষ্ণুপুৰ তিনি আলী হাজং পাৰা প্ৰাথমিক বিদ্যালয় প্ৰাংগনত বীৰ লাচিতৰ ৪০০ বছৰীয়া জন্ম জয়ন্তী   উদযাপন কৰে ।বীৰ লাচিতৰ আজি  জন্ম জয়ন্তীৰ উদযাপনৰ  লগত সংগতি ৰাখি যোৱা ১৯ নবেম্বৰৰ পৰা অনুষ্ঠিত কৰা বিভিন্ন প্ৰতিযোগিতা খেল ধেমালি, ৰচনা , আকস্মিক বক্তৃতা , নৃত্য প্ৰদৰ্শন প্ৰতিযোগিতাৰ বিজয়ী ছাত্ৰ -ছাত্ৰী সকলক  উপহাৰ বিতৰণ কৰে ।বিজয়ী ছাত্ৰ-ছাত্ৰী সকলক ট্ৰফি ,মেডেল , প্ৰশংসামূলক প্ৰমাণ পত্ৰ ,কিতাপ আৰু কলম প্ৰদান কৰে । আজিৰ কাৰ্যসূচীত আতধৰে - তিনিআলী হাজং পাৰা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক বসন্ত কুমাৰ ৰায় ,বীৰ লাচিতৰ প্ৰতিচ্ছবিত মাল্যাপন কৰে - বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি হৰেশ্বৰ হাজং । বিদ্যালয়ৰ সহকাৰী শিক্ষক * উমেশ চন্দ্ৰ বড়ো, সাংবাদিক ৰাজীৱ বৰ্মনৰ লগতে অভিভাৱক , অভিভাৱিকা সকলে উপস্থিত থাকে ।



No comments