Breaking News

নলবাৰীত অসমীয়া যুৱক-যুৱতীৰ সংস্থাপনৰ লক্ষ্য Swiggyৰ।

                                                     


     ডিজিটেল সংবাদ ,নলবাৰী..নলবাৰীত অসমীয়া যুৱক-যুৱতীৰ সংস্থাপনৰ লক্ষ্য Swiggyৰ।নলবাৰীত প্ৰথম বাৰৰ বাবে লাভ কৰিব Swiggyৰ সেৱা। সম্প্ৰতি বিশ্বয়নৰ যুগত অনলাইন বজাৰৰ চাহিদা বৃদ্ধি হোৱা পৰিলক্ষিত হয়।।খাদ্য সামগ্ৰী লাভ কৰিব পৰা এটা জনপ্ৰিয় এপচ্‌ হ'ল Swiggy.নলবাৰীত প্ৰথমবাৰৰ বাবে ৰাইজে Swiggy সেৱা লাভ কৰিব পৰা সুবিধা হ'ল।।অতি কম সময়ত খাদ্য সামগ্ৰী লাভ কৰাৰ লগতে অসমীয়া যুৱক-যুৱতীক কৰ্মসংস্থাপনৰ লক্ষ্যৰে এই সেৱা আগবঢ়োৱা হোৱা বুলি উদ্যোক্তা সকলে জানিবলৈ দিয়ে।                                         

No comments