Breaking News

বন্ধন বেংকে গ্রামাঞ্চলৰ লোকক স্বাৱলম্বী কৰি তুলিছে ---

 


ডিজিটেল সংবাদ, হাজোঃ 
বন্ধন বেংকে গ্রামাঞ্চলৰ লোকক স্বাৱলম্বী কৰি তুলিছে --- আৰ্থিক অৱস্থা শোচনীয় বাবে বহুতো লোক বিভিন্ন সমস্যাৰ গৰাহত পৰিছে ।এনেকুৱা লোক সকলক আৰ্থিক ভাৱে  ঋণ আগবঢ়াই আহিছে বন্ধন বেংকে আৰ্থিক অসুবিধাৰ বাবে নিজকে আগবঢ়াই নিৱ নোৱাৰা  গ্ৰামাঞ্চলৰ লোকক ঋণৰ সুৱিধা প্ৰদান কৰি  আৰ্থিক ভাৱে সহায় কৰিছে বন্ধন বেংকে । বন্ধন বেংকৰ পৰা ঋণ লৈ ছাগলী পালন,নাৰ্চাৰী স্থাপন, তাতশাল স্থাপন, হাহ পালন,ব্যবসায়ীক প্ৰতিস্থান খুলি বহুতো পুৰুষ- মহিলা,যুৱক যুৱতী স্বাৱলম্বী হোৱাটো পৰিলক্ষিত হৈছে ।। বন্ধন বেংকৰ জৰিয়তে আজি বহুতো পৰিয়ালৰ লোক বিভিন্ন ব্যবসায় গঢ়ি তুলি টনকিয়াল হব পাৰিছে বুলি ব্যবসায়ী লোক সকলে মন্তব্য কৰিছে ।                      


No comments