Breaking News

সোণাৰি কাকতিবাৰী ৰাসস্থলীত উদণ্ড যুৱকৰ প্ৰহাৰত ধাৰাসায়ী আৰক্ষী।


ডিজিটেল সংবাদ, সোণাৰিঃ 
সোণাৰি কাকতিবাৰী ৰাসস্থলীত উদণ্ড যুৱকৰ প্ৰহাৰত ধাৰাসায়ী আৰক্ষী। কৰ্তব্যৰত সোণাৰি আৰক্ষীৰ SI লীলা ফুকন গুৰুতৰ ভাবে আহত। চিকিৎসালয়ত ভৰ্তি।মদৰৰাগীত মাতাল উদণ্ড যুৱকৰ দলটোৱে আন্ধাৰৰ সুযোগ গ্ৰহণ কৰি  SI লীলা ফুকনক প্ৰহাৰ কৰি পলায়ন কৰে। পুৱতি নিশা সংঘটিত হয় এই ঘটনা। উদণ্ড যুৱকৰ দলটোক বিচাৰি আৰক্ষীৰ অভিযান।

No comments