Breaking News

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ PNGB হোষ্টেলৰ ১৮ ছাত্ৰক বহিষ্কাৰ।


 ডিজিটেল সংবাদ,ডিব্ৰুগড়ঃ 
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ PNGB হোষ্টেলৰ ১৮ ছাত্ৰক বহিষ্কাৰ। বহিষ্কৃতঃ গোলাপ ডেকা, নিৰঞ্জন যাদৱ, কল্যাণ দত্ত, সীমান্ত হাজৰিকা, প্ৰাণজিৎ বৰুৱা, চন্দনজ্যোতি বৰা সোণোৱাল, শিৱম শ্ৰফ, পুশ্বাং খাম বৰুৱা, পল্লৱ বৰা, চিত্ৰবন বৰুৱা, নয়ন অধিকাৰী নয়নজিৎ ঠেঙাল, মনোৰঞ্জন দাস, মৌচম ফুকন, বিশাল ডেকা,দেৱাশিস বিশ্বাস, অমৰজ্যোতি নাথ, নৱদ্বীপ শৰ্মাক বহিষ্কাৰ। ডিব্ৰুগড় বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ল’লে এই কঠোৰ সিদ্ধান্ত। বিশ্ববিদ্যালয়ৰ পৰাও বহিষ্কাৰ অভিযুক্ত ১৮ ছাত্ৰক।  তৎকালীনভাৱে ছাত্ৰাৱাস খালী কৰাৰ নিৰ্দেশ কৰ্তৃপক্ষৰ। ঘটনাৰ সৈতে জড়িত আছিল আন ৫জন প্ৰাক্তন ছাত্ৰও। ৰেগিং কাণ্ডক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ পাছতে অনুষ্ঠিত হৈছিল বৈঠক। বৈঠকত ছাত্ৰকেইজনক বহিষ্কাৰৰ সিদ্ধান্ত বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ। বৈঠকৰ পাছতে সংবাদমেল বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ।

No comments