Breaking News

আপৰ বিধায়ক ভুপত ভাই ভায়ানীয়ে আজি যোগদান কৰিব বিজেপিত



গুজৰাট বিধানসভা নিৰ্বাচনত ৫খন আসন লাভ কৰি নিজৰ অস্তিত্ব প্ৰকট কৰা আম আদমী পাৰ্টীয়ে এক ডাঙৰ বিফলতাৰ সন্মুখীন হৈছে। আপৰ বিধায়ক ভুপত ভাইয়ানীয়ে বিজেপিত যোগদান কৰিবলৈ সাজু হৈছে।  চৰ্চা লাভ কৰা অনুসৰি আজি আনুষ্ঠানিক ভাৱে বিজেপিত যোগদান কৰিব ভাইয়ানীয়ে। 

উল্লেখ্য যে জুনাগড় জিলাৰ বিসৱদাৰ আসনৰ বিধায়ক ভায়ানী ২০১৭ চনলৈকে বিজেপিত আছিল। বিধানসভা নিৰ্বাচনৰ আগতে, তেওঁ বিজেপি ত্যাগ কৰি আপত যোগদান কৰিছিল।

No comments