Breaking News

শিৱসাগৰৰ আমগুৰিৰ চামগুৰিত এক ভংয়কৰ পথ দুঘটনা সংঘটিত হয়!

 


ডিজিটেল সংবাদ, শিৱসাগৰঃ 
শিৱসাগৰৰ আমগুৰিৰ চামগুৰিত এক ভংয়কৰ পথ দুঘটনা সংঘটিত হয়! তীব্ৰবেগী বাহনে মহটিয়াই নিয়ে বাইক আৰোহীক ঘটনাস্হলীতে নিহত হয় এজন লোক জানিব পৰা মতে লোক জন বালি পথাৰৰ বমেন চন্দ্ৰ গগৈ !ৰজা মৈদামৰ দলঙৰ ওচৰত সংঘটিত এই দুঘটনা . ঘটনা সংঘটিত কৰি পলায়ন বাহনসহ চালকৰ!

No comments