Breaking News

ধেমাজি পথ দুৰ্ঘটনাত ৩জন আহত,


ডিজিটেল সংবাদ, ধেমাজিঃ
ধেমাজিত পথ দুৰ্ঘটনা। ধেমাজি পথ দুৰ্ঘটনাত ৩জন আহত, ধেমাজি নগৰৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ খজুৱাত সোমবাৰে সন্ধিয়া হোৱা এক পথ দুৰ্ঘটনাত এখন পালচাৰ  মটৰচাইকেল আৰু এখন গ্লেমাৰ মটৰ চাইকেলৰ মাজত দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনা সংঘটিত হোৱা পালচাৰ মটৰচাইকেল খনৰ নম্বৰ হৈছে AS 22-G 4807 আৰু গ্লেমাৰ  মটৰচাইকেলৰ নম্বৰ হৈছে AS 23 AB   5208 মুঠ ৩ জন লোক গুৰুতৰভাৱে আহত হয় ৷ বিজয় চেত্ৰী নামৰ বাইক চালকজনক সংকটজনক অৱস্থাত উন্নত চিকিৎসা বাবে  ধেমাজি আৰক্ষীয়ে অসম চিকিৎসা মহাবিদ্যালয় ডিব্ৰুগড়ৰলৈ প্ৰেৰণ কৰে ৷

No comments