Breaking News

উত্তৰ কোৰিয়াই ছয়খন ড্ৰোনেৰে আক্ৰমণ কৰে দক্ষিণ কৰোৰিয়াক

 


ডিজিটেল ডেস্ক: 
উত্তৰ কোৰিয়াই দক্ষিণ কোৰিয়াৰ ওপৰত ড্ৰোন আক্ৰমণ কৰাৰ তথ্য পোহৰলৈ আহিছে। দক্ষিণ কোৰিয়াৰ সৈন্যৰ দাবীমতে পাঁচখন উত্তৰ কোৰিয়াৰ ড্ৰোনে দুখন দেশৰ সীমা পাৰ কৰি দেশখনৰ গিংগী প্ৰদেশৰ  সমান্তৰালত পৰে।জানিব পৰামতে এখন ড্ৰোন ৰাজধানী ছিউলৰ কাষলৈ উৰি অহাৰ তৎক্ষণাৎ পুনৰ সীমালৈ ঘুৰি যায় । এই ড্ৰোন আক্ৰমণৰ পিছতেই উত্তৰ কোৰিয়াৰ হেলিকপ্টাৰ আৰু জেটে ড্ৰোন কেইখনক দক্ষিণ কোৰিয়াই নষ্ট কৰিবলৈ প্ৰচেষ্টা চলাই যদিও ব্যৰ্থ হয়।উল্লেখনীয় তথ্য যে উত্তৰ কোৰিয়াই ক্ষেপণস্ত্ৰ পৰিক্ষণ বৃদ্ধি কৰাৰ লগতেই চুবুৰীয়া দেশ দক্ষিণ কোৰিয়ালৈ প্ৰায়ে ড্ৰোন প্ৰেৰণ কৰিছে। সোমবাৰে  দিনৰ প্ৰায়ে  ১০ বাজি  ৩০মিনিটত দক্ষিণ কোৰিয়াৰ সীমা এলেকাত উত্তৰ কোৰিয়াৰ  ড্ৰোনসমূহ দেখাপোৱা যায়।

No comments