Breaking News

আৰ্জেণ্টিনা চৰকাৰে এক বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে ।

 


ডিজিটেল ডেস্ক: 
আৰ্জেণ্টিনা নোটত  মুদ্ৰিত হব মেছিৰ প্ৰতিচ্ছবি  ৩৬ বছৰৰ অন্তত কাটাৰত এই ‌অপবাদৰ  অৱসান‌ ঘটালে আৰ্জেণ্টিনাই ১৯৭৮ আৰু ১৯৮৬ চনৰ পিছত তৃতীয়বাৰৰ বাবে বিশ্বজয়ৰ সুনাম কঢ়িয়ালে দেশখনে।বিশ্বজয়ৰ চাৰিদিনৰ পিছতো আৰ্জেণ্টিনাত চলি আছে বিজয় উদযাপন ।আৰ্জেণ্টিনা চৰকাৰৰ বিত্ত পৰিক্ৰমা মন্ত্ৰালয়ে এক বৃহৎ সিন্ধান্ত গ্ৰহণ কৰিছে ! আৰ্জেণ্টিনাৰ মুদ্ৰাত  মহাতাৰকা লিয়নেল মেছিৰ প্ৰতিচ্ছবি মুদ্ৰিত কৰা হব ।মুদ্ৰাত মুদ্ৰিত হোৱা প্ৰথম জন আৰ্জেণ্টাইন খেলুৱৈ হব মেছি।

No comments