Breaking News

চিৰাঙৰ বিজনীৰ বাঘমাৰাত বেপোৰোৱাভাৱে চলি আছে কাঠফলা মিল ।


ডিজিটেল সংবাদ,চিৰাংঃ
 চিৰাঙৰ বিজনীৰ বাঘমাৰাত বেপোৰোৱাভাৱে চলি আছে কাঠফলা মিল ।বাঘমাৰাত চলি থকা চৰকাৰী Licence প্ৰাপ্ত  M/S. ANOY TIMBER SALE DEPOT & FURNITURE ৰ বিৰুদ্ধে একাংশ স্থানীয় ৰাইজে উত্থাপন কৰিছে এই অভিযোগ ।বাঘমাৰা গাঁওৰ গাঁওবুঢ়া জহিৰুল ইছলাম আৰু একাংশ স্থানীয়  ৰাইজৰ অভিযোগ অনুসৰি স্থানীয় লোক তথা ভূমিৰ গৰাকীৰ NOC অবিহনেই চলি থকা এই কাঠফলা মিলত নিশাৰ ভাগত অবৈধ কাঠ ফলা হয়। মিলটোৱে নিশাৰ ভাগত সৃষ্টি কৰে শব্দ প্ৰদূষণ ।সচেতন স্থানীয় ৰাইজে এই মিলটো বন্ধ কৰি দিবলৈ বনবিভাগলৈ দাবী উত্থাপন কৰিছে ।মিলটোৰ গৰাকী জয়নুদ্দিয়ে উক্ত অভিযোগ অস্বীকাৰ কৰে।


No comments