Breaking News

বিশ্বৰ ৫০খন শ্ৰেষ্ঠ ছবিৰ ভিতৰত আৰ আৰ আৰে নৱম স্হান লাভ কৰে।


ডিজিটেল ডেস্ক: 
এছ এছ ৰাজা মৌলিৰ মহান কৃতি  আৰ আৰ আৰে ২০২২ চনৰ ৰ্শীষ ৫০ খন ছবিৰ আন্তৰাষ্ট্ৰীয়  তালিকাত নৱম স্হান লাভ কৰিবলৈ সক্ষম‌ হৈছে।ৰাজা মৌলিৰ আৰ আৰ আৰ স্বাধীনতা আগৰ ১৯২০ ৰ দশকৰ কাহীনিক লৈ ৰ্নিমাণ কৰা ছবিখনত দুজন সঁচা  ভাৰতীয় বিপ্লবীৰ কথা বৰ্ণনা কৰা হৈছে।আপ্লুৰি সীতা ৰাম ৰাজু (ৰামচৰণ) আৰু কুমাৰ ভীম (জুনিয়ৰ এন  টি আৰ )আলিয়া ভাট  আৰু অজ‌য় দেৱগনেও দুটা গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে ।বিশ্বৰ ভিতৰতে আৰ আৰ আৰে নৱম স্হান লাভ কৰি দেশে বিদেশে প্ৰচুৰ প্ৰশংসা  অৰ্জন কৰিছে ।

No comments