Breaking News

ইষ্টাৰ্ণ নাগালেণ্ড ঘোষণা নকৰিলে বৰ্জন কৰিব নিৰ্বাচন



ডিজিটেল ডেস্ক: 
এইবাৰ দ্বিখণ্ডিত হোৱাৰ দিশে নাগালেণ্ড ।আপোচবিহীন দাবীৰ স্হিতিয়ে দিশহাৰা কৰিছে নাগালেণ্ডৰ ৰাজনীতি।২০২৩চনৰ ফেব্ৰুৱাৰী মাহত হবলগা বিধানসভা নিৰ্বাচনত  অংশ গ্ৰহণ  নকৰে বুলি ঘোষণা কৰিছে ইষ্টাৰ্ণ নাগালেণ্ড পিপলছ অৰ্গেনাইজেচনে এক সূত্ৰই জনোৱামতে ইষ্টাৰ্ণ নাগালেণ্ডবাসীৰ দাবী পূৰণ নকৰিলে ৬খন জিলাৰ ২০ সমষ্টিৰ ৰাইজে ৰাজনৈতিক দলৰ সকলো দলীয় কৰ্মীৰ পদত্যাগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।ইষ্টাৰ্ণ নাগালেণ্ড পিপলছ অৰ্গেনাইজেচনৰ এই দাবীত নেফিউ ৰিঅ'এন ডি  পি আৰু বিজেপি নেত্বত্বাধীন চৰকাৰৰ ভিতৰ চ'ৰাত খলকনি সৃষ্টি কৰিছে

No comments