Breaking News

এইবাৰ ফেশ্বন জগতত মানুহৰ ছালক লৈ ব্যৱসায়

                                                                            


ডিজিটেল ডেক্স... এইবাৰ ফেশ্বন জগতত মানুহৰ ছালক লৈ ব্যৱসায়।ডাৰ্ক ৱেব'ত মানুহৰ ছালক লৈ আৰম্ভ হৈছে ব্যৱসায়। জীৱ জন্তুৰ ছালেৰে তৈয়াৰী সাঁজ পোছাকেৰে ৰেম্পত খোজ দিয়া ঘটনাই বহুবাৰ বিতৰ্কৰ সৃষ্টি কৰি আহিছে। এইবাৰ মানুহৰ ছালক লৈ আৰম্ভ কৰিছে ব্যৱসায় । ইণ্টাৰনেট জগতৰ পৰিচিত ৱেবছাইট ডাৰ্ক ৱেবত মানুহৰ ছাল ক লৈ ব্যৱসায় চলি আহিছে ।। ডাৰ্ক ৱেৱত প্ৰতি ইঞ্চিত ৮২৭টকাৰে বিক্ৰী হৈ আহিছে মানুহৰ ছাল।ইফালে মানুহৰ ছাল ব্যৱহাৰ কৰি প্ৰস্তুত কৰা জোতা ২২লাখ আৰু মহিলাৰ পাৰ্চ ১১লাখত  বিক্ৰী হৈছে ।২০১৬ চনত মানুহৰ ছালেৰে হেণ্ড বেগ আৰু জেকেট তৈয়াৰ কৰি খলকনি ৰ সৃষ্টি কৰিছিল ব্ৰিটেইন ৰ ফেশ্বন গৱেষক টিনা গাৰৰ্জীয়াকে । লগতে  সেইসময়ত তেওঁ দাবী কৰা মতে বৃটেইনৰ প্ৰসিদ্ধ ফেশ্বন ডিজাইনাৰ আলেকজেণ্ডাৰ মেককভিনৰ ছালেৰে এই দুবিধ সামগ্ৰী প্ৰস্তুত কৰা হৈছিল ..

No comments