Breaking News

শিৱসাগৰৰ আমগুৰিৰ নামতি দলৰ পৰা পৰ্বতীয়া গাৱলৈকে একল অভিযানৰ ৰথ যাত্ৰা কাৰ্যসূচী


 ডিজিটেল সংবাদ, শিৱসাগৰ:
শিৱসাগৰৰ আমগুৰিৰ নামতি দলৰ পৰা পৰ্বতীয়া গাৱলৈকে অনুষ্ঠিত হৈছে একল অভিযানৰ এক ৰথ যাত্ৰা কাৰ্যসূচী । পুৱাৰে পৰা অনুষ্ঠিত হৈছে এক বিশাল ৰথ যাত্ৰা । সমাজত আধ্যাত্মিক দিশত জ্ঞানৰ পোহৰ বিলাই সমাজক  আগুৱাই নিয়াৰ মহৎ উদ্দেশ্যৰে অনুষ্ঠিত হৈছে এই ৰথ যাত্ৰা কাৰ্যসূচী । এই ৰথ যাত্ৰাত আচৰ্যা, স্থানীয় মহিলা সকলে অংশগ্ৰহণ কৰিছে ।

No comments